উত্তৰণ-জ্যোতিমণি দেৱী
প্ৰথমে তেওঁ মোৰ ফালে পিঠি দি শুইছিল৷ তাৰপাছত আমাৰ বিচনা দুখন হৈছিল —
আৰু তাৰপাছত—
শোৱনিঘৰ হৈছিল দুটা৷
আৰু অকলে সন্ধিয়াপৰত দুৱাৰখন খুলি চোতাল গচকিব নোৱাৰা মই মাজৰাতি তামোল পাণ বাৰীৰ মাজত থকা শৌচালয়লৈ অকলেই যাব পৰা হৈছিলোঁ তাৰ পাছৰপৰাই৷
**********
4:23 PM
সুন্দৰ।
4:20 PM
ভাল লাগিল