২০২৫ বৰ্ষৰ পাখিলগা সময়ৰ অভিজ্ঞতা-বৰষা ডেকা
সময় কাৰোৰে বাবে কেতিয়াওঁ ৰৈ নাথাকে। সময় পৰিৱৰ্তনশীল। আজিৰ কৰিবলগীয়াখিনি আমি কাইলৈ কৰিম বুলি ভাবিলেও যেন সময় গৈয়ে থাকে। নদীৰ পানী যেনেকৈ অহৰহ বৈ থাকে ঠিক তেনেকৈ সময় কেতিয়াওঁ স্তব্ধ নহয়। মানুহৰ জীৱনটো দুদিনীয়া সেয়ে আমি প্ৰতিদিনে সৎ কৰ্ম,সৎ চিন্তাৰে আগুৱাই গৈ বাস্তৱৰ পৃথিৱীখনৰ লগত চিনাকি হ’ব লাগে। মানুহৰ জীৱনত কেতিয়াও কাৰোৰে লগত হিচাপ- নিকাচৰ পিছত দৌৰি নাথাকি নিত্য বৰ্তমান কৰ্মৰ যোগেদি জীৱন জীয়াব লাগে। প্ৰত্যেকদিনাই আমি নতুন নতুন কাম,নতুন চিন্তা, নতুন নতুন উদ্ভাৱনৰ দিশে ধাৱমান হ’ব লাগে। মানৱ জীৱন
Read more