বৃদ্ধকালৰ জীয়া ছবি : ‘অস্তৰাগ’- ববিতা শৰ্মা
সংক্ষিপ্ততে অস্তৰাগ গ্ৰন্থৰ প্ৰকাৰ : উপন্যাস গ্ৰন্থকাৰ : হোমেন বৰগোহাঞি প্ৰকাশক : শ্ৰীভূমি পাবলিচিং কোম্পানী ৭৯ মহাত্মা গান্ধী ৰ’ড কলকাতা — ৭০০০০৯ প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৬ দ্বিতীয় প্ৰকাশ : এপ্ৰিল, ১৯৮৯ ( ইতিমধ্যে গ্ৰন্থখনৰ নটা সংস্কৰণ প্ৰকাশ পাইছে । ২০১৮ চনৰ অক্টোবৰত গ্ৰন্থখনৰ নৱম সংস্কৰণটো ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰি উলিয়াইছে । ) মূল্য : ১১০ টকা পৃষ্ঠা : ১২৬ OLD AGE : THE CROWN OF LIFE, OUR PLAY’S LAST ACT . বাৰ্ধক্য
Read more