সম্পাদনা সমিতি

অসমীয়া ভাষাৰ আলোচনী এখন প্ৰকাশ কৰাটো এক শুভ প্ৰচেষ্টা।প্ৰকৃততে বহুজনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে ই বাস্তৱায়িত হয়।আহকচোন,এই শুভ প্ৰচেষ্টাৰ সৈতে জড়িতসকলৰ সৈতে চিনাকি হওঁ।

মুখ্য ব্যৱস্থাপক:  অৰবিন্দ গোস্বামী

সম্পাদনা মণ্ডলী : হেমন্ত কাকতি,মানস শইকীয়া,অৰবিন্দ গোস্বামী আৰু এই মাহৰ সম্পাদিকা ইলি তালুকদাৰ।

কাৰিকৰী সমিতি: হেমন্ত কাকতি,দেৱজিত শৰ্মা,সমুজ্জ্বল কাশ্যপ।

অকংকৰণ: প্ৰাঞ্জল প্ৰতিম বৰা।

বৰ্ণাশুদ্ধি: ইলি তালুকদাৰ,জ্যোৎস্নাৰাণী দাস,কুশল মহন্ত,কুমকুম দেৱী শৰ্মাবৰুৱা আৰু অৰবিন্দ গোস্বামী।

প্ৰচাৰ: চিত্ৰলেখা দেৱী,কমলা দাস,কুমকুম দেৱী শৰ্মাবৰুৱা,কুঞ্জ খাউণ্ড,বন্দিতা জৈন,মানস শইকীয়া,সমীৰণ শৰ্মা,কুশল মহন্ত,ৰাজশ্ৰী শৰ্মা আৰু ডলী তালুকদাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *