বিহু-অনামিকা কলিতা

চিকিৎসকে পৰীক্ষা কৰি চাই কেইবাবিধো ঔষধ দি গুছি গ’ল।পথৰ দাঁতিত পৰি থকা বৃদ্ধ মানুহজনক এখন বৃদ্ধ আশ্ৰমত থকাৰ সুবিধা কৰি দিলে তেওঁ ।

বিহুৰ বজাৰ কৰিলেনে?ঘৰলৈ অহাত শ্ৰীমতীৰ প্ৰশ্নৰ উত্তৰত  এক সন্তুষ্টিৰ হাঁহিৰে ক’লে,

: আজি ঘৰত যি আছে হ’ব দিয়া। কাইলৈ কৰিম।

************

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *