ৰত্নাকৰ-মানসী শৰ্মা

: তই ক’লে আমি উঠাই আনিব  পাৰোঁ।

 

:তাইৰ শৰীৰৰ নহয়, তাইৰ মনৰ ৰাজকুমাৰ হে হ’ব খোজোঁ।

 

প্ৰেম টকা-পইচা,সোণৰ আ-অলংকাৰ নহয় যে জোৰ কৰি কাৰোবাৰপৰা আদায় কৰিব পাৰি। প্ৰেম হ’ল তপস্যা।” 

 

: তই তাৰমানে এতিয়া ‘ৰত্নাকৰ’ৰপৰা ‘বাল্মীকি’  হ’বি।

 

: কাৰোবাৰ কাৰণে মই বাল্মীকি হ’বলৈও প্ৰস্তুত।

 

*********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *