চোৰ-চেবিনা বেগম

মানুহ নোহোৱা ঘৰখনৰ কোনোবাখন দুৱাৰ ভুলবশতঃ খোল খাই থকাৰ উমান পাই সৰলাই সেইপিনেৰেই বাট পোনালে। ডিঙিলৈকে পোত গৈ থকা ধাৰবোৰ মোকলোৱাৰ এইটোৱে চুটি পথ।

সৰলাৰ স্বগতোক্তি — ‘এনেও লোকদৃষ্টিত মইতো মোৰ নামটোৰ দৰেই…;সন্দেহ কিহৰ?’

 

******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *