ৰোমন্থন-কুশল মহন্ত
পোৱা -নোপোৱাৰ দোমোজাত
সোণালী সূৰুজ ক’তনো হেৰায় ,
এলাগী সময়ৰ, ৰঙীন জীৱন।
এতিয়া মাথোঁ ,
এপিয়লা চাহ,
চামনি ধৰা দুচকুৰ,
নিসংগ
এটি বিমূৰ্ত সন্ধিয়া,
আৰু
গভীৰ আন্ধাৰত
হৃদয়ৰ কলেৱৰ ভেদি
ওলাই অহা এটি হুমুনিয়াহ।
*******
পোৱা -নোপোৱাৰ দোমোজাত
সোণালী সূৰুজ ক’তনো হেৰায় ,
এলাগী সময়ৰ, ৰঙীন জীৱন।
এতিয়া মাথোঁ ,
এপিয়লা চাহ,
চামনি ধৰা দুচকুৰ,
নিসংগ
এটি বিমূৰ্ত সন্ধিয়া,
আৰু
গভীৰ আন্ধাৰত
হৃদয়ৰ কলেৱৰ ভেদি
ওলাই অহা এটি হুমুনিয়াহ।
*******
7:32 PM
অন্তৰঙ্গ অনুভৱ।