ভক্ষক-মানসী শৰ্মা

“যা, কিয় থেৰোগেঁৰো কৰিছ? তেওঁ আমাৰ ভগৱান। ভগৱানলৈ ভয় নকৰে নহয়।”

লেকেচিয়াই লেকেচিয়াই খোজকাঢ়ি অহা ছোৱালীজনীৰ অৱস্থাটো দেখি তাই কিংকৰ্তব্যবিমূঢ় হৈ ঠাইতেই বহি পৰিল।

ভগৱান যেতিয়া ৰাক্ষসলৈ পৰিৱৰ্তন হ’ল, তাই কাক ভাৰসা কৰিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *