ৰত্নাকৰ-মানসী শৰ্মা
: তই ক’লে আমি উঠাই আনিব পাৰোঁ।
:তাইৰ শৰীৰৰ নহয়, তাইৰ মনৰ ৰাজকুমাৰ হে হ’ব খোজোঁ।
প্ৰেম টকা-পইচা,সোণৰ আ-অলংকাৰ নহয় যে জোৰ কৰি কাৰোবাৰপৰা আদায় কৰিব পাৰি। প্ৰেম হ’ল তপস্যা।”
: তই তাৰমানে এতিয়া ‘ৰত্নাকৰ’ৰপৰা ‘বাল্মীকি’ হ’বি।
: কাৰোবাৰ কাৰণে মই বাল্মীকি হ’বলৈও প্ৰস্তুত।
*********
5:01 PM
সুন্দৰ
9:37 PM
ভাল লাগিল।