জ্বালামুখীৰ পাহাৰৰ পৰা স্বৰ্গীয় সূৰ্যোদয়ৰ দৃশ্য আৰু অপূৰ্ব সুন্দৰ গৰম পানীৰ সৰোবৰত এবেলা-ৰঞ্জনা দত্ত
২০১৭ চনৰ জুলাই মাহত আমি ৯ দিনৰ বাবে থাইলেণ্ড আৰু বালি ভ্ৰমণৰ বাবে গৈছিলো।জহকালি গৰম আৰু বৰষুণৰ বাবে বহুত ঠাই ভ্ৰমণৰ বাবে উপযোগী নহয়। ভেঙ্কুভাৰত থকা আমাৰ ছোৱালী ৰিয়াই বহুতো চাই চিতি বালি দ্বীপলৈ যোৱাটোৱেই বতৰৰ ফালৰপৰা অনুকূল হ’ব বুলি ক’লে।গতিকে আমি দুজন গুৱাহাটীৰপৰা আৰু ৰিয়া ভেঙ্কুভাৰৰপৰা আহি একেলগ হৈ বেংককত দুদিন থাকি বালি পালোগৈ। ‘পেচিফিক ৰিং অফ ফায়াৰ’ত অৱস্থিত ইন্দোনেছিয়াখন আগ্নেয়গিৰিৰ দেশ।ইয়াত পৃথিৱীৰ সৰু-ডাঙৰ মিলি ১৪৭ টাতকৈও বেছি আগ্নেয়গিৰি আছে আৰু তাৰে ৭৬ টা এতিয়াও সক্ৰিয়।এই ৭৬ টা সক্ৰিয়
Read more