কাইজেন’ৰদ্বাৰা কেনেদৰে অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰি-বিজয়া শৰ্মা
‘কাইজেন’ এনেকুৱা এটা সূত্ৰ যাৰদ্বাৰা অলসতা দূৰ কৰি সাফল্যৰ শিখৰত আৰোহণ কৰিব পাৰি। অলসতাক দূৰ কৰাৰ কাৰণে জাপানৰ এজন মেনেজমেণ্ট কনচাল্টেন্ট মাসাকি ইমাই এটা অদ্ভুত কৌশল আৱিষ্কাৰ কৰিছিল যাৰ নাম হৈছে কাইজেন(kaizen). কাইজেন হৈছে ক্ৰমাগত উন্নতি কৰাৰ এটা অভ্যাস। Kai—-change Zen… good. Change for the better. কাইজেনে জাপানৰ অৰ্থনীতিক দ্বিতীয় বিশ্বযুদ্ধৰপৰা পুনৰুদ্ধাৰ কৰাই নহয়,বিশ্ব ব্যৱসায় ক্ষেত্ৰত আগুৱাই নিয়াতো সহায় কৰিছে। ব্যৱসায় প্ৰতিষ্ঠানৰ উপৰিও হেলথ কেয়াৰ, ফাৰ্মেচি, সাইকোথেৰাপি, বেংক, বীমা আদিতো এই সূত্ৰ প্ৰয়োগ কৰা হয়। পঞ্চাশৰ দশকত এই সূত্ৰই যথেষ্ট
Read more