বক্তা, বক্তৃতা আৰু শ্ৰোতা: অপ্ৰতুল অনুভৱ -হৰগোবিন্দ দাস
(এই চমু নিবন্ধটি দেশৰ অজস্ৰ নৱ প্ৰজন্মৰ হাতত সসন্মানে অৰ্পণ কৰিলোঁ ৷) সাম্প্ৰতিক সময়ত সমাজত শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান, সাহিত্য, সাংস্কৃতিক, গ্ৰন্থ উন্মোচনী অনুষ্ঠান, বিভিন্ন বিষয়ৰ সম্বৰ্ধনা সভা,ভিন্ন ভিন্ন সামাজিক উৎসৱ- পাৰ্বন, বিভিন্ন সংঘ, সংগঠন আদিয়ে সমাজৰ হিতৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰা দৃষ্টিগোচৰ হয় ৷ তদুপৰি বিজ্ঞান বিষয়ক, প্ৰদূষণ বিষয়ক আদিৰ নতুন নতুন সংগঠনৰ জন্ম হৈ থকাত সমাজত সভা-সমিতিৰ সংখ্যাও বৃদ্ধি পাই অহাটো পৰিলক্ষিত হয় ৷ এনেকুৱা বিভিন্ন সভা-সমিতিত মাজে সময়ে যোগদান কৰাৰ সৌভাগ্য আমাৰো নোহোৱা নহয় ৷ কিছুমান সভাত উপস্থিত
Read more