সংখ্যাটোৰ আঁৰৰ কথা (পৰিপূৰক লেখা)-অৰবিন্দ গোস্বামী

‘শব্দচিত্ৰ ই-আলোচনী’ৰ এই বিশেষ শিতানটিত প্ৰকৃততে সম্পাদক/সম্পাদিকা গৰাকীয়েহে লিখিব লাগে।কিন্তু এইবাৰ এই শিতানটোত লিখাৰ দায়িত্ব মোৰ ভাগতেই পৰাৰ আঁৰত অন্য এক কাহিনী আছে।সেয়ে লেখাটোক ‘পৰিপূৰক লেখা’ বুলিহে উল্লেখ কৰিলো। আৰম্ভণিতে মই সেইসকল লেখক লেখিকাক ধন্যবাদ জনাব খুজিছোঁ,যিসকলে নিজৰ অমূল্য সময় খৰচ কৰি আমাৰ আলোচনীখনলৈ বুলি লেখা এটা যুগুত কৰি পঠিয়ালে।’শব্দচিত্ৰ আলোচনী টিম’ আপোনালোকৰ ওচৰত সদাকৃতজ্ঞ। আলোচনীখনৰ দ্বিতীয় সংখ্যাটো প্ৰকাশৰ পিছতেই শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউক আমি পৰৱৰ্তী সংখ্যাৰ আলোচনীৰ সম্পাদিকাৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ।বাইদেউ সহজেই মান্তিও হৈছিল।যিহেতু ফেছবুকত তেওঁক আমি

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

1 2