সম্পাদনা সমিতি
অসমীয়া ভাষাৰ আলোচনী এখন প্ৰকাশ কৰাটো এক শুভ প্ৰচেষ্টা।প্ৰকৃততে বহুজনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে ই বাস্তৱায়িত হয়।”শব্দচিত্ৰ—জীৱন জিজ্ঞাসা” ই-আলোচনীৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটি প্ৰকাশৰ সৈতে জড়িতসকলৰ সৈতে চিনাকি হওঁ আহকচোন- মুখ্য ব্যৱস্থাপক: অৰবিন্দ গোস্বামী সম্পাদনা মণ্ডলী : হেমন্ত কাকতি,মানস শইকীয়া,অৰবিন্দ গোস্বামী আৰু এই মাহৰ সম্পাদিকা কুমকুম দেৱী শৰ্মাবৰুৱা কাৰিকৰী সমিতি: হেমন্ত কাকতি,দেৱজিত শৰ্মা অলংকৰণ: প্ৰাঞ্জল প্ৰতিম বৰা বৰ্ণাশুদ্ধি: চাহিন জাফ্ৰি,মাতু কুকুৰাছোৱা,ৰাজশ্ৰী শৰ্মা আৰু কুশল মহন্ত। প্ৰচাৰ: চিত্ৰলেখা দেৱী,কমলা দাস,কুঞ্জ খাউণ্ড,বন্দিতা জৈন,সমীৰণ শৰ্মা,কুশল মহন্ত,ৰাজশ্ৰী শৰ্মা আৰু ডলী তালুকদাৰ,উপাসা ভাগৱতী
Read more