সাক্ষাৎকাৰ
(ৰাষ্ট্ৰীয় মহিলা দবা খেলুৱৈ, বিশিষ্ট কবি,সাহিত্যিক জুনমনি গগৈৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ।সাক্ষাৎ গ্ৰহণ কৰিছে পূৰ্ণিমা শইকীয়া গগৈয়ে) পূৰ্ণিমা শইকীয়া গগৈ: নমস্কাৰ। জুনমনি গগৈ: নমস্কাৰ। পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ নাম? পিতৃ মাতৃৰ নাম আৰু ঠিকনা? জুনমনি গগৈ: মোৰ নাম জুনমনি গগৈ।পিতৃৰ নাম ৰাতিৰাম গগৈ আৰু মাতৃৰ নাম মেনকা কোঁৱৰ গগৈ। মই যোৰহাট জিলাৰ নকছাৰি মৌজাৰ তিৰুৱাল গাঁৱৰ বাসিন্দা। পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ শিক্ষাগত অৰ্হতা? জুনমনি গগৈ: শিক্ষাগত অৰ্হতা বুলি ক’বলৈ হ’লে মই অৰ্থনীতি আৰু অসমীয়াত এম.এ.কৰিলো।অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰপৰা প্ৰবীণ আৰু
Read more