এটা শিঙৰা মাছৰ কথা-ইলি তালুকদাৰ

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত ‘বুঢ়ী আইৰ সাধু’ পুথিখনৰ ‘এটা শিঙৰা মাছৰ কথা’ নামৰ সাধুৰ পদ্য ৰূপ)                   এদিন এজন                   দুখীয়া মানুহে               দিনটো জকাই বালে,  দিনৰ দিনটো                   জকাই বাই                শিঙৰা এটাহে পালে। ঘৰলৈ আনি                   খাবৰ মনেৰে               বহিল মাছটো বাছিবলৈ,  শিঙৰাই ক’লে,            ‘ নাখাবি মোক               গৰু নিম চৰাবলৈ।’ শিঙৰাৰ কথাত

Read more

ভুলৰ প্ৰায়চিত্ত-কুমকুম শৰ্মাবৰুৱা

পিংকি আৰু ৰিমা দুজনী নলে-গলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীত একেলগে বহে। এজনী বিদ্যালয়লৈ নাহিলেই ইজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ, ৰং-পেন্সিল বাকচ, পেন্সিল, ৰবৰ ইত্যাদি আনে। তাৰোপৰি তাইৰ টিফিন বাকচ , পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ। তাকে দেখি ৰিমাইও ঘৰত এইবিলাক বস্তু বেলেগ বেলেগ ৰঙৰ বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়। তোমালোকে ব্যৱহাৰ

Read more

কপালৰ ফেৰ-মৃদুস্মিতা ফুকন

কমলৰ ঘৰ ধনতোলা গাঁৱত৷ চহৰৰপৰা দূৰৈৰ এই আওহতীয়া গাঁওখনলৈ যাবলৈ যাতায়তৰ কোনো সুচল ব্যৱস্থা নাই৷ অথচ সামান্য বজাৰ-সমাৰ অলপ কৰিবৰ বাবেও চহৰলৈ নগ’লেই নহয়৷  এদিনাখন কমলক লৈ তাৰ দেউতাক চহৰৰ বজাৰলৈ বুলি ওলাল৷দুখীয়া দেউতাকজনে ভাবিলে, বিহু বুলি মাউৰা কমললৈ নতুন কাপোৰ এসাজকে কিনিব৷ তাতে কমলৰ কি যে ফূৰ্তি!পাছে কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷কমলৰো সেয়েই হ’ল৷ সেই নতুন কাপোৰসাজ সি পিন্ধিবলৈকে নাপালে৷সেইদিনা চহৰৰপৰা ঘূৰি আহোঁতেই কমলহঁতৰ বাছখন দুৰ্ঘটনাত পতিত হ’ল আৰু কমলৰ দেউতাকে থিতাতে

Read more

কৰ্মৰ যোগেদি সমাজত সাম্যবাদৰ পৰিচয় দিয়া মানুহজন-ৰিম্পী ৰয়, ৰাইজিং ষ্টাৰ স্কুল,গুৱাহাটী,অষ্টম শ্ৰেণী

শব্দবোৰৰ মাজত মানুহে কোৱা কথাবোৰ উজলি উঠে আৰু সেই কথাবোৰেই কণ্ঠ নিগৰিত হৈ এজনৰপৰা আন দহজনলৈ বিয়পি পৰে। বিয়পি অহা কথা আৰু কামৰ মাজত যেতিয়া সামঞ্জস্য থাকে কথাবোৰ চিৰকাললৈ মানুহৰ মুখে মুখে চলি থাকে। কাৰণ আমি সকলোৱে জানো যে, উপদেশতকৈ আৰ্হি ভাল। কেৱল উপদেশেৰে নহয়, আৰ্হিৰে কৰ্ম প্ৰেৰণা যোগোৱা লোকজনেই হ’ল বিপ্লৱী সত্তা বিষ্ণু ৰাভাদেৱ। পিতৃ গোপাল ৰাভাৰ ঔৰসত আৰু মাতৃ গেঠীৱালা ৰাভাৰ গৰ্ভত এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত ঢাকা চহৰত। তেখেতে ঢাকা

Read more

ভোমোৰা আৰু মৌমাখি-মানসী শৰ্মা

এটি দুটি কলিবোৰ  মেলিলে পাহি, মোৰো মন আনন্দতে উঠিলে নাচি। ফুল দেখি ভোমোৰাটি আহিল কাষ চাপি, মৌ অকণ পিউ বুলি থাপতে  আজি। তাকে দেখি পখিলাটিও আহিল কাষ  চাপি, মোলৈও অকন থবা দেই ককাইটি। চিন্তা তুমি নকৰিবা পখিলা ভনীটি, দুয়ো মিলি ভগাই খাম মৌ অকণি। ভগাই খালে আটি যায় জানানে কথাটি , বিজ্ঞজনে তাকে কয় নাপাহৰিবা তুমি। খং-ৰাগ এইবোৰ মানুহৰহে কাম, আমি অতি শান্তি প্ৰিয় নাই  জঞ্জাল। ভাইটি মৌমাখিটিক দেখিছিলানে তুমি, মৌ অকণ বিচাৰিয়েই বহুদূৰ যায় সি। আজিলৈ ইমানতে  বিদায় মাগিলোঁ

Read more

টোকোৰা আৰু বান্দৰ-শ্ৰীৰাজু কুমাৰ নাথ

তামোল গছৰ    পাতৰ আগত টোকোৰাৰ ধুনীয়া ঘৰ, বান্দৰে সদায়ে     হিংসাতে মৰে সিহঁত যে হিংসুক বৰ। সুবিধা পালেই   ঘৰবোৰ সিহঁতে ছিঙি – ভাঙি কৰে নষ্ট, টোকোৰাই চিঞঁৰি-বাখৰি কান্দি মৰিছে মনত পালে বহু কষ্ট। এদিন সকলো   টোকোৰাই মিলি বান্দৰৰ ৰজাক ক’লে, আমাৰ দৰে একোটা  ঘৰ সাজি লওঁক আৰাম পাবৰ হ’লে। টোকোৰাৰ কথা   মানি বান্দৰে এদিন ঘৰ সাজিবলৈ ল’লে, আনন্দতে টোকোৰাই সিহঁতলৈ বুলি কল,বুটৰ যোগান ধৰিলে। কামৰ ভাগৰত   লেবেজান বান্দৰ কল,বুট দেখি কাষ চাপিল, ই বেছিকৈ ল’লে   সি বেছিকৈ খালে বুলি তাতে দূৰ্বাদল

Read more

নীলা আৰু ভাইটি-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা আৰু ভাইটি          থাকে মিলিজুলি, বন্ধ থাকিলে স্কুল          কৰে নানা ধেমালি। মাকক ফাঁকি দি দি           বদমাছিও কৰে, মাকে পুখুৰীৰ কাষলৈ           যাবলৈ মানা কৰে। নীলাই বুদ্ধি সাজে            ইলাৰ ঘৰলৈ যাওঁ, ‘তাত গৈ নাথাকিবি             কৰি খাওঁ খাওঁ।’ নকৰোঁ আমণি খুড়ীক            চিন্তা নকৰিবা, আমি দুটাই খেলি থাকি            উভতি আহিম দিয়া। নীলাই ল’লে মুড়ী             হাঁহক দিবলে, ভাইটিক হাতত ধৰি             জেপত ভৰালে। পুখুৰীৰ পাৰত গৈ              হাঁহক মাতিলে, ওচৰ চাপি আহিলত              মুড়ী খাবলৈ দিলে।

Read more

মিনি আৰু পুছি -হৰিচন্দ্ৰ ডেকা 

মিনিৰ ঘৰত           এহাল মেকুৰী             দুয়োটাই বৰ সুখী, এটাক এৰি থৈ        ইটোৱে নাখায়            কদাপি নহয়  দুখী। বোন্দা মহাৰাজ       মহা দগাবাজ             বোন্দীৰ নাম বাকৰী, নামটো যেনেকৈ     ৰাখিছে বুন্দিৰ             সঁচাকৈ তাই আঁকৰী। বোন্দা দগাবাজ      নিয়মৰো বাজ          কাৰ নো কথা সি মানে? মালিকনী বাই       সেয়েহে কোবাই          এই কথা তাই জানে। বোন্দা যদিওবা          মহা চয়তান        

Read more
1 2 3 4 5