অনুশোচনা- অঞ্জু মহন্ত                           

সঠিক সময়ত  নিবলৈ পৰা হ’লে!

চেক আপটো পিছুৱাই আছিল তেওঁ।

সীমিত উপাৰ্জনৰ মানুহজনে অনুশোচনাত দগ্ধ  চকুৰে পুতেকৰ অৰ্ধনিৰ্মিত ঘৰটোলৈ চালে।

পুতেকৰ বগা সাজযোৰত চকামকাকৈ যেন মানুহজনীকে দেখিলে।

শিল,বালিখিনিক সি বেছি গুৰুত্ব দিলে!!

**********

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *