যাত্ৰা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

সৌৰভ আৰু শেৱালীৰ জীৱনযাত্ৰা খুউব সুন্দৰভাৱে আগবাঢ়ি আছে। এদিন সৌৰভে শেৱালীক প্ৰশ্ন কৰিলে

“আমাৰ জীৱনৰ এই সুবিশাল যাত্ৰাত তুমি মোৰ কাষত সদায়েই থাকিবানে?”

শেৱালীয়েও টপৰাই উত্তৰ দিলে…

“এইটো কিবা সুধিবলগীয়া কথা নেকি? মই সদায়েই তোমাৰ লগত থাকিম।” 

ভবা দৰেই দিনবোৰ আগবাঢ়ি গৈ আছে আৰু ক’ব নোৱাৰাকৈ সৌৰভেই খুব সোনকালে নিজৰ কথাৰপৰা বিচলিত হ’ল। এতিয়া শেৱালীৰ কোঠাত সৌৰভৰ এখন ফটো হৈ এডাল মালাৰে সৈতে জিলিকি আছে। 

   

************

3 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *