পৰিচয়-মানসী শৰ্মা
“মা…., । মোৰ লিপষ্টিক আৰু কাজলডাল বিচাৰি পোৱা নাই, কোনে নিলে?”
ন-ছোৱালীতে তাইৰো এই দুটা বস্তু প্ৰায়েই হেৰাইছিল বৰজনাকৰ ল’ৰাজন আহিলে।
বুকুখন চিৰিংকৈ গ’লেও তাই মন ডাঠ কৰিলে।
দহজনে সমালোচনা কৰিলেও নতুন পৰিচয় গঢ়াত তাক সাহস দিবলৈ তাই থিৰাং কৰিলে।
*******
7:07 PM
বৰ ভাল লাগিল