দেৱতা-অংশুমান ভূঞা
— “ছাৰ, আপোনাৰ ইউৰোপ ভ্ৰমণ পাক্কা। কেৱল কলমটো . . .।”
— “ঠিক আছে। ইউৰোপ নালাগে, চেম্বাৰৰ বাহিৰত বহি থকা ৰোগী ৩ গৰাকীৰ চেন্নাইলৈ যোৱাৰ সুবিধা কৰি দিয়া।”
চকু দুটা ঘোপা কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন চেম্বাৰৰপৰা ওলাই গ’ল।
*******

9:59 PM
সুন্দৰ
2:46 PM
সুন্দৰ প্ৰকাশ, ভাল লাগিল পঢ়ি।