জীৱন-ঋতুপৰ্ণা দত্ত
ক’ৰবাত কিবা এটা হ’ল।
এটা বেলি হ’ব খোজা আত্মা খহি পৰিল।
কিবা এটা নিস্তেজ হ’ব খোজা সতেজ ধৰফৰণিয়ে
আঁকুহী গ’ল ভিতৰখন…
জীৱনত কেতিয়াও সংযোগ নঘটা সত্বাৰ বাবে
টোপনিবোৰ পলাল…
বুকুত এটা প্ৰচণ্ড বা-মাৰলিৰ তাণ্ডৱ।
সময়…
আকুতি কৰিছোঁ তোমাক
আহা, ধুই নিয়া মোৰ সমস্ত টোপনিহীন ৰাতি।
তাৰ ঠাইত ৰুই দিয়া এজোপা শেৱালি।
যি জীৱনে দিব আশা… ,ভৰসা..
আৰু জীয়াই থকাৰ বাসনা।
জীৱন..
মোক মোৰ দৰে জীয়াবলৈ দিয়া
প্লিজ…
*******

4:44 AM
Just downloaded the 18brlbetapp. Seems legit. The mobile experience is smooth, and I am really enjoying the game offerings. Download it for yourself 18brlbetapp
4:44 AM
A88xgame, huh? Some cool games here. The graphics are sharp, and I found some interesting slots I haven’t seen before. Worth a look a88xgame
4:44 AM
GG999bet looks promising! They have a great loyalty program, so it’s good for regular players. Their customer service is responsive too. Visit their website today gg999bet