বৃদ্ধাশ্ৰম-গীতামণি দত্ত

ঘৰৰ কাষতে মানে নাতি দূৰত নতুনকৈ পতা বৃদ্ধাশ্ৰম খনলৈ  প্ৰাত: ভ্ৰমণলৈ অহা যোৱা কৰোঁতে দুয়ো ঘূৰি ঘূৰি চাই যায় জানোচা কোনোবা চিনাকি আৱাসী আছে নেকি!

হেৰা!ভালকৈ সুধি পুছি ল’ব লাগিব।কি ঠিক আজিৰ ব্যস্ত পৃথিৱীত এদিন এইখনেই আমাৰ শেষ ঠিকনা হ’ব পাৰে !

*******

Leave a Reply

Your email address will not be published. Required fields are marked *