উৎকণ্ঠা-মানসী শৰ্মা

এফালে বিবেকৰ লগত যুঁজ আনফালে পেটৰ তাড়না।

‎এই যন্ত্ৰণাৰ ভৰ সহ্য কৰাতো যে বৰ কঠিন।

‎এইবাৰ বেজিনী বুঢ়ীৰ দৰবেও কাম নিদিলে

‎কোনোবাই দেখে বুলি ইফালে-সিফালে চাই তাই

‎ৰিপৰ্টৰ বাবে অপেক্ষা কৰি ৰ’ল।

‎*******

Leave a Reply

Your email address will not be published. Required fields are marked *