জীৱনৰ বাবে অ’জন-চন্দামিতা শৰ্মা
চন ১৯৮৫। স্থান: এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰ। সমগ্ৰ বিশ্বৰ বিজ্ঞানীমণ্ডল তথা প্ৰতিজন পৰিৱেশপ্ৰেমী লোককে জোকাৰি যোৱা এটা ঘটনা আৱিস্কৃত হৈছিল আৰু সেইটো আছিল এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰত এক বৃহৎ ছিদ্ৰৰ উমান পোৱা।এইটো ঘটনাই লগে লগে অৱধাৰিত ৰূপত সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছিল। পিছে কিয়? কিহৰ বাবে সমগ্ৰ বিশ্বৰ বাবে ই উদ্বিগ্নতাৰ কাৰক হৈ পৰিল? এই অ’জন নো কি? অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ তথা এবিধ জাৰক।অ’জনবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আৰু অতি
Read more