প্ৰণতিৰ চিঠি-সমুজ্জ্বল কাশ্যপ
প্ৰণতি, মৰম লʼবা। বিয়াৰ দিন তেনেই ওচৰ চাপিল। বিয়াৰ আগত এইখন লিখি কিনো ক’বলৈ ওলাইছো বুলি ভাবিছা ছাগে, নহয়নে? আচলতে কেইটামান কথা আছিল, কেনেদৰে আৰম্ভ কৰোঁ ভাবিহে পোৱা নাই। এইসময়ত এইবোৰ কিমান উচিত হ’ব সেয়াও নাজানো, কিন্তু বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ আগতে দুটামান কথা তোমাক জনোৱা মোৰ কৰ্তব্য বুলি ভাবিছোঁ। বাৰু, এটা সাধু কওঁ শুনা – কেইবছৰমান আগৰ কথা। সেইদিনা বতৰটো ডাৱৰীয়া। গৰুহাল এৰি দি ঘনকান্ত ডেকাই নাঙলটো লৈ পথাৰৰপৰা ঘৰলৈ আহি আছিল। তেনেতে পথাৰৰ দাঁতিত আধাখোলা অৱস্থাত
Read more