গৰম বন্ধৰ কিছু কথা, কিছু স্মৃতি-বন্দিতা জৈন
এতিয়া স্কুলবোৰৰ গৰম বন্ধৰ সময়।গৰম বন্ধ বুলি কʼলেই মনত এটা বেলেগ ধৰণৰ ফূৰ্তিৰ ভাবে আগুৰি ধৰে। আমি মাকবোৰেও ভাবোঁ বহুত ডাঙৰ কাম এটাৰ পৰা ছুটি পাইছোঁ কেইদিনমানৰ বাবে। কিন্তু হয় জানো __আমি ছুটি পাইছো নে কামবোৰ বাঢ়িলেহে। আচলতে অফিচ বা স্কুল বুলি ক’লে ঘৰৰ গৃহিণসকলে একোটা দায়িত্বৰ মাজত আৱদ্ধ হৈ পৰে। সেই সময়খিনি তেওঁলোকৰ বাবে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু ব্যস্ত সময়। নিজৰ বাবে নহয় পৰিয়ালৰ বাবে, সন্তানৰ ভবিষ্যত গঢ় দিবৰ বাবে। ঘৰখনৰ মাকৰ ভূমিকা হৈছে এক অৱশ্যকীয় ভূমিকা ,যাৰ তুলনা
Read more