কুৰ্গ – The Scotland of India-গীতালী চক্ৰৱৰ্তী
আপুনি যদি এজন প্ৰকৃতিপ্ৰেমী আৰু দুঃসাহসিক খেল খেলি ভাল পায়, তেন্তে আপোনাৰ এখন প্ৰিয় ঠাই হ’ব পাৰে “কুৰ্গ”৷ আৰু ইয়াৰ লগতে কুৰ্গীলোকৰ আতিথ্য পৰায়ণতাই আপোনাৰ মন পুলকিত কৰি তুলিব৷ কুৰ্গ বা কদাগু হ’ল কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা আৰু কম জনবসতিপূৰ্ণ ঠাই৷ ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে কুৰ্গক ‘ভাৰতৰ স্কটলেণ্ড’ বুলি অভিহিত কৰা হয়৷ কুৰ্গত প্ৰধানকৈ চাবলগীয়া ঠাইবোৰ হ’ল :- (১) থল কাবেৰী :- ব্ৰক্ষ্মগিৰি পাহাৰৰপৰা কাবেৰী নৈ উৎপত্তি হৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে আৰু এই উৎপত্তি
Read more