মধ্য ভিয়েটনামত কিছুদিন- ৰঞ্জনা দত্ত
** হুৱে ( Hue) , দা নাঙ( Da nang) আৰু হ’ই এন ( Hoi ann) “নানা দেশ ফুৰে যি,নানা কথা শিকে সি।” মই নিজকে যথেষ্ট সৌভাগ্যবান বুলি ভাবোঁ যে জীৱনত মই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্ত দেখিবলৈ পাইছো।সঁচাই বিচিত্ৰ এই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক শোভা।চলিত বৰ্ষৰ ১৭ এপ্ৰিল তাৰিখে প্ৰকাশিত হৈ যোৱা ‘শব্দচিত্ৰ ই- আলোচনী’ ৰে দ্বিতীয় সংখ্যাত প্ৰকাশ কৰিছিলো মোৰ এক ভ্ৰমণ কাহিনী “ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি”(হানয়ৰ আশে পাশে)।প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা ৫ দিনৰ স্মৃতি মোৰ মানসপটত সদায়
Read more