সংখ্যাটোৰ আঁৰৰ কথা
পোনপ্ৰথমে,আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমে ক’ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ এদিন সন্ধিয়া অৰবিন্দ গোস্বামী দাদাই মোলৈ ফোন কৰিলে। মই এজন “শব্দচিত্ৰ” গোটৰ সদস্য ও লগতে গোটৰ মডাৰেটৰ হোৱা হেতুকে দুয়োজনৰ মাজত মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথাও পতা হৈ থাকে। কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে…… “কুশল, তুমি আমাৰ এইবাৰৰ এপ্ৰিল মাহৰ ৰঙালী বিহুৰ ,২০২৫ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব। মই বোলো দাদা, এই
Read more