অসমীয়া আৰু কিছু চিন্তা=কুশল মহন্ত
আমাৰ চোতালত অতি আদৰৰ ৰঙালী বিহু।এটা নতুন অসমীয়া বছৰ।চ’তৰ দোমাহীৰপৰা আৰম্ভ কৰি গোটেই ব’হাগ মাহৰ উপৰিও জেঠ মাহৰ শেষলৈকে বিহুৰ নামত বিভিন্ন অনুষ্ঠান পাতি আনন্দ উল্লাস কৰি নাচি-বাগি থকাৰ যি অপসংস্কৃতি গঢ়ি উঠিছে,সেইটো আমাৰ বাবে ভাল লক্ষণ নহয়। এই কাৰ্য্যই যে আমাৰ জাতিটোৰ মান- সন্মান,গৌৰৱ ভৱিষ্যত, অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁনে?বিহুৰ নামত ঘৰৰ কপৌফুল জোপাও যে বহিৰাগতসকলৰ কাৰণে ব্যৱসায় হৈ পৰিছে,আমি ভাবি চাইছোঁনে?অসমীয়া গহনা আৰু গামোচাৰ নামত শ শ কোটি টকা বহিঃৰাজ্যই লৈ যোৱাৰ আমি খবৰ
Read more