সাক্ষাৎকাৰ
চতুৰ্থ বৰ্ষৰ (দ্বিতীয় সংখ্যাৰ)শব্দচিত্ৰ( জীৱন জিজ্ঞাসা) ই- আলোচনীৰ বাবে সাক্ষাৎকাৰটি যুগুতাইছো মই শ্ৰী কুশল মহন্তই । আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সৈতে,যি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ,প্ৰশিক্ষক,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক। তেখেত শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্য। কুশল মহন্ত: Sir নমস্কাৰ। প্ৰথমে ,শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা ই-আলোচনীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। অভিজিত ভট্টাচাৰ্য্য Sir: প্ৰতি নমস্কাৰ জনাইছো। প্ৰশ্ন: আপোনাৰ জন্ম আৰু স্কুললীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন ? অভিজিত ভট্টাচাৰ্য্য Sir: মোৰ জন্ম তেজপুৰৰ
Read more