আমি আৰু আমাৰ দায়বদ্ধতা-বিৰিঞ্চি মহন্ত
জীৱ কূলৰ ভিতৰত মানুহকে জীৱৰ শ্ৰেষ্ঠ বুলি ধৰা হয়। কাৰণ মানুহে চিন্তা কৰিব পাৰে। ভাল-বেয়া বিচাৰ কৰিব পাৰে। এই ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তি মানুহৰ বাহিৰে আন জীৱসমূহৰ নাথাকে। মানুহৰ জীৱনটো ৰহস্যময় আস্বাদনেৰে আৱৰা। ঈশ্বৰে মানুহক সকলো কৰিব পৰা ক্ষমতা প্ৰদান কৰিলেও, কিছু ক্ষেত্ৰত বাধ্যবাধকতা ৰাখিছে। বিশেষকৈ জন্ম, মৃত্যু আৰু বিবাহৰ ক্ষেত্ৰত মানুহৰ হাত নাথাকে। আমি কোনেও নাজানো পিতৃ-মাতৃ হিচাপে আমি কাক পাম। জীৱনৰ লগৰী ৰূপে কোন আমাৰ কাষলৈ আহিব বা কোন মুহূৰ্তত আমি আমাৰ জীৱনৰ শেষ উশাহ লম! এই
Read more