দেৱতা-অংশুমান ভূঞা

—  “ছাৰ, আপোনাৰ ইউৰোপ ভ্ৰমণ পাক্কা। কেৱল কলমটো . . .।”

— “ঠিক আছে। ইউৰোপ নালাগে, চেম্বাৰৰ বাহিৰত বহি থকা ৰোগী ৩ গৰাকীৰ চেন্নাইলৈ যোৱাৰ সুবিধা কৰি দিয়া।”

চকু দুটা ঘোপা কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন চেম্বাৰৰপৰা ওলাই গ’ল।

*******

2 Comments

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *