উৎকণ্ঠা-মানসী শৰ্মা
এফালে বিবেকৰ লগত যুঁজ আনফালে পেটৰ তাড়না।
এই যন্ত্ৰণাৰ ভৰ সহ্য কৰাতো যে বৰ কঠিন।
এইবাৰ বেজিনী বুঢ়ীৰ দৰবেও কাম নিদিলে
কোনোবাই দেখে বুলি ইফালে-সিফালে চাই তাই
ৰিপৰ্টৰ বাবে অপেক্ষা কৰি ৰ’ল।
*******
এফালে বিবেকৰ লগত যুঁজ আনফালে পেটৰ তাড়না।
এই যন্ত্ৰণাৰ ভৰ সহ্য কৰাতো যে বৰ কঠিন।
এইবাৰ বেজিনী বুঢ়ীৰ দৰবেও কাম নিদিলে
কোনোবাই দেখে বুলি ইফালে-সিফালে চাই তাই
ৰিপৰ্টৰ বাবে অপেক্ষা কৰি ৰ’ল।
*******