অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ: থিয় নাম বা বীৰ নাম-ৰীণা দাস
এজন পাঠক আৰু ৫/৬ জনমান সহযোগীয়ে থিয় হৈ দলবদ্ধভাবে নৃত্যছন্দৰ মাজেৰে ঘোষা আৰু পদ তালৰ সহায়ত পৰিৱেশন কৰা ভক্তিমূলক অনুষ্ঠানটিয়েই হ’ল ‘থিয় নাম বা বীৰ নাম’। নামৰ পদসমূহ ভাগৱত শাস্ত্ৰৰপৰা লোৱা হয়। ‘থিয় নাম’ বা দৈত্য বীৰসকলে গোৱা ‘বীৰ নাম’ৰ মুখ্য পাঠক পৰম বৈষ্ণব প্ৰহ্লাদ। আমাৰ অসমত জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা ‘থিয় নাম’ বা ”বীৰ নাম’ৰ প্ৰচলন হোৱা বুলি ধৰিব পাৰি।ধুঞাহাট বেলগুৰিত থিয় নামৰ প্ৰথম আৰম্ভণি হয় আৰু সেয়া আছিল ‘পালনাম’ৰ এটি বিশেষ মুহূৰ্তত। ধুঞাহাটত পালনামৰ লগে লগে
Read more