হতাশাগ্ৰস্ততা(Depression)-ডাঃ ধ্ৰুৱজিত বড়ো
মানসিক ৰোগ আমাৰ জীৱনৰ বৰ্তমান সময়ৰ এটা অতি গুৰত্বপূৰ্ণ বিষয় হৈ পৰিছে।কিয়নো এই বিষয়টোৰ সম্পৰ্কত সম্যক জ্ঞানখিনি আমাৰ বেছিভাগৰে নাই , লগতে এই ৰোগ সম্পৰ্কে সমাজত বহুতো ভুল ধাৰণাই তাহানিৰ দিনৰেপৰাই চলি আহিছে। যাৰ ফলস্বৰূপে আমি বহুতেই সঁচৰাচৰ এই ৰোগ বোৰৰ প্ৰতি অৱহেলা কৰা পৰিলক্ষিত হয়। আমি বেছিভাগ লোকেই আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ পৰিধিটো আমি এতিয়াও ভালদৰে উপলদ্ধি কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ সমাজত চলি অহা কিছুমান ভুল ধাৰণা কিম্বা উৰাবাতৰি। আমাৰ
Read more