আচাৰ্য বিনোৱা ভাৱে-কুঞ্জ খাউণ্ড
বিনোৱা ভাৱেৰ জীৱনী সম্বন্ধে ভাৰতৰ নিচেই কম সংখ্যক লোকেহে জানিবলৈ সক্ষম হৈছে। তেখেতে নিজৰ জীৱনী লিখিবলৈ কাকো উৎসাহ দিয়া নাছিল। আচলতে মানুহৰ কৰ্তব্যইহে মানুহৰ ভিতৰত লুকাই থকা মহৎ আত্মাৰ পৰিচয় দিয়ে। জ্ঞানৰ প্ৰদীপৰ পৰশলৈ আহিলেহে প্ৰকৃত অমৃতৰ সন্ধান পোৱা যায়। ঠিক সেইদৰে বিনোৱা ভাৱেও আছিল প্ৰদীপৰ প্ৰতীক। ১৮৯৫ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ কোঙ্কনৰ ৰায়গড় জিলাৰ গাগোডে গাঁৱত জন্ম হৈছিল বিনোৱাৰ। পিতৃৰ নাম আছিল নৰহৰি সম্ভুৰাও ভাৱে আৰু মাতৃৰ নাম আছিল ৰুক্মিণী দেৱী। সৰুৰেপৰা আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোৱা ভাৱেই। তেওঁৰ শিক্ষা
Read more