ভৰি নোহোৱাকৈ খোজৰ চাপ: অনুবাদক – চিত্ৰলেখা দেৱী
(প্ৰখ্যাত ইংৰাজ সাহিত্যিক H G WELLS ৰ THE INVISIBLE MAN নামৰ গ্ৰন্থৰ কিয়দংশৰ ভাবানুবাদ । এই অংশটো দশম শ্ৰেণীৰ ইংৰাজী দ্ৰুতপাঠৰপৰা লোৱা হৈছে ।) ল’ৰা দুটাই বোকা লগা দুটা খালী ভৰিৰ খোজৰ চাপবোৰ চাই চাই অবাক হ’বলৈ ধৰিলে।লণ্ডন চহৰৰ মাজ মজিয়াত থকা ঘৰ এটাত মানুহ এজনে খালী ভৰিৰ কেনেকৈ চাপ পেলাব পাৰিছে?আৰু মানুহজনেই বা ক’ত? সিহঁতে তধা লাগি চাই থাকোঁতেই এটা উল্লেখযোগ্য দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে। এটা সতেজ খোজৰ চিন এফালে দেখা গ’ল। ইটোৰ পিচত সিটো খোজৰ চাপ ঘৰটোৰ খটখটিৰে
Read more