পৰিচয়-মানসী শৰ্মা
“মা…., । মোৰ লিপষ্টিক আৰু কাজলডাল বিচাৰি পোৱা নাই, কোনে নিলে?” ন-ছোৱালীতে তাইৰো এই দুটা বস্তু প্ৰায়েই হেৰাইছিল বৰজনাকৰ ল’ৰাজন আহিলে। বুকুখন চিৰিংকৈ গ’লেও তাই মন ডাঠ কৰিলে। দহজনে সমালোচনা কৰিলেও নতুন পৰিচয় গঢ়াত তাক সাহস দিবলৈ তাই থিৰাং কৰিলে। *******
Read more