জীৱন : এক সুন্দৰ আৰ্শীবাদ-চন্দামিতা শৰ্মা
ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত “জীৱন জীৱন বৰ অনুপম”।সঁচাকৈয়ে জীৱন সুন্দৰ,জীৱন অমূল্য।সেয়েহে হয়তো কোৱা হয় যে – আপুনি যে জীয়াই আছে পৃথিৱীত,তাতকৈ ডাঙৰ কথা একো নাই। এনে ভাৱ মনত লৈয়ে সৰুৰেপৰা ডাঙৰ হোৱা এজন সুন্দৰ-সুঠাম দেহৰ যুৱক।সৰুৰেপৰাই যথেষ্ট সাহসী আৰু দু:সাহসিক ক্ৰীড়াৰ প্ৰতি অতি উৎসাহী।ল’ৰাজনে সৰুৰেপৰাই দুচকুত কঢ়িয়াই লৈ ফুৰিছিল এক সপোন, এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ।সময় নিজ কক্ষত ঘূৰি আছিল আৰু সমানে দৃঢ় হৈছিল ল’ৰাজনৰ সপোন।সময়ত ল’ৰাজনে যোগদান কৰিলে নিজ দেশৰ সেনাবাহিনীত।কিন্তু..। পেৰাগ্লাইডিঙৰ সময়ত প্ৰায় ১৭,০০০ ফুট উচ্চতাৰপৰা পৰি ল’ৰাজন ঘূণীয়া হৈছিল।
Read more