এটা শিঙৰা মাছৰ কথা-ইলি তালুকদাৰ
(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত ‘বুঢ়ী আইৰ সাধু’ পুথিখনৰ ‘এটা শিঙৰা মাছৰ কথা’ নামৰ সাধুৰ পদ্য ৰূপ) এদিন এজন দুখীয়া মানুহে দিনটো জকাই বালে, দিনৰ দিনটো জকাই বাই শিঙৰা এটাহে পালে। ঘৰলৈ আনি খাবৰ মনেৰে বহিল মাছটো বাছিবলৈ, শিঙৰাই ক’লে, ‘ নাখাবি মোক গৰু নিম চৰাবলৈ।’ শিঙৰাৰ কথাত
Read more