গৰু বিহু: ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ-বৰষা ডেকা
ব’হাগ বিহুৰ মূল তাৎপৰ্য হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনমুখী যাত্ৰা পথত কৃষিয়ে যাতে চহা জীৱন যাত্ৰাক সূচল কৰি তুলিব পাৰে তাৰ বাবে ভৱিষ্যমুখী আশাক সজীৱ কৰি তোলা।কৃষিৰ স’তে গৰুৰ সম্পর্ক ওতঃপ্রোত।এই উৎসৱৰ মূল উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰাকৈ ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰা হয়।আহোম ৰাজকীয় শাসন ব্যৱস্থাৰ মাজত গৰুক প্ৰধান গুৰুত্ব দি প্ৰথম দিনটো ‘গৰু বিহু’ হিচাপে উদযাপিত কৰাৰ পৰম্পৰাৰ সূচনা হয়। গৰু বিহু পালনৰ জৰিয়তে প্ৰকৃতি আৰু প্ৰাণীৰ সম্পৰ্কক ভক্তিভাৱেৰে উদ্ভাষিত কৰা হয়।বড়ো জনগোষ্ঠীৰ ‘ৰঙালী বিহু’ উদযাপনত গৰু
Read more