আনন্দৰ অশ্ৰু-নয়নমণি শৰ্মা
প্ৰভাতৰ প্ৰথম সুৱৰ্ণ ৰশ্মিটো যেতিয়া বন্ধ খিৰিকীৰ ফাঁকেৰে আহি ৰূপমৰ মেজত থকা পুৰণি, ধূলিয়ৰি ডায়েৰীখনৰ ওপৰত পৰিল, সি তেতিয়াও নিদ্ৰা বিহীন চকুৰে খিৰিকীখনলৈ চাই আছিল। চকুৰ তলৰ গাঢ় ক’লা দাগবোৰে স্পষ্টকৈ কৈছিল—এইটো মাত্ৰ এটা উজাগৰী নিশা নহয়, ইয়াৰ আঁৰত আছে বহুতো নিশাৰ স্বপ্ন, কঢ়িয়াই ফুৰা হৈছে বহু বছৰৰ নীৰৱ সংগ্ৰাম, ভাগৰ আৰু অগণন বিফলতাৰ গধুৰ ইতিহাস। ৰূপম আছিল এক নিভৃত গাঁৱৰ অতি সাধাৰণ ডেকা। সৰুতেই দেউতাকৰ ছাঁটো মূৰৰ পৰা আঁতৰি যোৱাৰ পিছত, জীৱনৰ কঠিন বাস্তৱৰ সৈতে সি আৰু তাৰ মাকে
Read more