নিসঙ্গ-শুভ বৰা শইকীয়া
এসপ্তাহ মানৰপৰা নোমল দাইটিৰ গাটো বেয়া। তেওঁৰ ওচৰত থাকিবলৈও কোনো নাই। এটুপি পানী আৰু এমুঠি অন্নৰ কাৰণে ক্ষণ গণিবলগীয়া হৈছে। হ’ল বুলিনো ওচৰ চুবুৰীয়াই কিমান চাব। তেওঁ কাণেৰে কম শুনা বাবে কথাবোৰ চিঞৰি চিঞৰি ক’ব লগা হয়। এতিয়া দুচকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰ দৰে হ’ল।পত্নী বিয়োগৰ পিছৰপৰা তেওঁক দুবেলা দুসাঁজ ভাত যতনাই দিওঁতাও নাইকিয়া হ’ল।পুত্ৰ সন্তান এটি হ’ব হ’ব বুলি আশা কৰি পাঁচজনীকৈ ছোৱালী সন্তান জন্ম দিলে।সময়ত আটাইকেইজনী বিয়া হৈ গ’ল। সিহঁত নিজৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত। এতিয়া অসুস্থ দেউতাকৰ
Read more