স্তব্ধ হ’ল কবিতা-সুমিতা শইকীয়া
আজি বহুদিনেই হ’ল প্ৰেমৰ কবিতা নিলিখা, পাহৰি পেলালোঁ মৌসনা মিঠা মিঠা অনুভৱ প্ৰেমৰ৷ যিদিনা তুমি মোৰ৭পৰা বহু দূৰলৈ গুচি গ’লা, সেইদিন ধৰি মোৰ কবিতাবোৰো মোৰ পৰা কাঢ়ি লৈ গ’লা। দুনাই জী নুঠে কেতিয়াও! সকলো ভাব, চিন্তাধাৰা , তোমাৰ নামত উচৰ্গা কৰিছিলোঁ মোৰ মৰম আৰু ভালপোৱাৰ লগত৷ মোৰ প্ৰেমক টুকুৰা-টুকুৰ কৰি ডাষ্টবিনৰ আৱৰ্জনা বুলি, দলিয়াই দিলা দূৰলৈ মোৰ ভালপোৱাক নিঠৰুৱা কৰি৷ আৰু সেই তেতিয়াৰপৰা প্ৰেমৰ বৰষুণৰ শব্দবোৰ, ডাৱৰৰ দৰে গোট মাৰিছিল ভগা কলিজাত মোৰ৷ সেয়ে কৈছোঁ, মোৰ কবিতাই নাপায় আৰু প্ৰাণ,
Read more