সংখ্যাটোৰ আঁৰৰ কথা
‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ ১ম বছৰৰ অন্তিম সংখ্যাটো প্ৰকাশ হোৱাৰ দুদিনমানৰ পাছতেই ‘শব্দচিত্ৰ’ গোটৰ প্ৰাণস্বৰূপ অৰবিন্দ গোস্বামীয়ে এদিন মোলৈ ফোন কৰি কলে, “বাইদেউ , অনুৰোধ এটা কৰো— ৰাখিব দেই।” মই ভাবিলো যে গোটত মাজে -সময়ে দুই এটা অনুবাদ গল্প প’ষ্ট কৰো বাবে পাছৰ সংখ্যাটোত প্ৰকাশ কৰিবলৈ তেনে গল্প এটা লিখিবলৈ ক’ব।মই ক’বলৈ কোৱাত যিটো অনুৰোধ কৰিলে যে মোৰ কাণৰ কাষত এজাক কোদোৱেহে যেন গোঁ-গোঁৱাই উঠিল।উচপ খাই উঠিছিলো।তথাপিও, কৌশলেৰে মোৰপৰা সন্মতি আদায় কৰিহে এৰিলে অৰবিন্দই।সেয়ে—- এয়া মই দুআষাৰ কথা লিখি আপোনালোককো জনাব লগা
Read more