লিমাৰিক-হৰিচন্দ্ৰ ডেকা
আত্মসহায়ক গোটৰ কথা (১) গোট বুলি ক’লে কিবা ভয় লাগি যায় কিহৰ বা গোট আহিল এইটো পাই ধানৰো প্ৰকাৰ বহু যেনে বাও শালি আহু গোটৰো তেনেকৈ সীমা সংখ্যা নাই৷ (২) কিছুমান গোট আছে আত্মসহায়ক এইবোৰ পিচে সঁচাকৈ বৰ লায়ক কুটিৰ শিল্পৰ দৰে সদস্যই কাম কৰে কাম বন কৰিয়ে হয় মহানায়ক৷ (৩) বহুতে ভোটৰ সময়ত গোট খোলে তেতিয়াহে টকাৰ উজান আহে বোলে কোনেও নাপায় গম কষ্টও ইয়াতে কম দেখুৱাবলৈ কেতিয়াবা পইচা তোলে৷ (৪)
Read more