ভৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট আৰু ইয়াৰ নিৰ্মাণৰ আঁৰৰ কাহিনী-পংকজ বৰুৱা
বিংশ শতিকাৰ আৰম্ভণিতে যি সময়ত সমগ্ৰ ইউৰোপত উদ্যোগীকৰণ হৈছিল সেই সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীন আছিল।সেই সময়ত ভাৰতত আন্দোলন,বিপ্লৱ তুংগত আছিল।এনে এক পৰিস্থিতিতো চি. ভি.ৰমণ,মেঘনাদ সাহা,ৰামানুজন,সুব্ৰমণিয়াম চন্দ্ৰশেখৰ আদিৰ দৰে প্ৰতিভাবান বিজ্ঞানীৰ জন্ম হৈছিল। তেওঁলোকে তেওঁলোকৰ গৱেষণাৰ বাবে বিদেশলৈ যাবলগা হৈছিল।১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশত বিজ্ঞান আৰু উদ্যোগীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।সেই সময়ত পৰমাণু শক্তি আৰু মহাকাশ গৱেষণাক বিজ্ঞানৰ ক্ষেত্ৰখনত অগ্ৰাধিকাৰ দিয়া হৈছিল।ইয়াৰ ফলস্বৰূপেই ১৯৪৮ চনত Indian Atomic Energy Commission ৰ গঠন হৈছিল আৰু পৰমাণু
Read more