আবিয়ৈ-নমী ফুকন বৰা
”মই গৈ আছোঁ পী ,তই সাজু হৈ থাক।” —-ভতিজাক জুমনৰ ফোনটো পায়েই নীলিমা বাইদেউৰ মনটো সুখেৰে উপচি পৰিল যদিও এক দুখবোধে তেওঁক কোঙা কৰি পেলালে । শংকিত হৈ পৰিল তেওঁ । পাৰিবনে জুমনৰ সিদ্ধান্তত সহমত প্ৰদান কৰিব ! এক গভীৰ ধৰ্মসংকটত পৰি তেওঁ বিছনাখনতে বাগৰ দিলে । ককায়েকৰ দুই সন্তান জুমন আৰু সুমন।কৰ্মৰ তাগিদাত ককায়েক আৰু বৌৱেক দুয়ো ঘৰৰ বাহিৰত। মাকৰ লগত নীলিমা গাঁৱৰ পুৰণি ঘৰতে আছিল।কিন্তু কেইবছৰমানৰ আগতে মাকজনী কোনোধৰণৰ অসুখ -বিসুখ নোহোৱাকৈ হঠাৎ অজান মুলুকলৈ গুচি যোৱাৰ পৰা
Read more