মাধৱদেৱৰ গুৰু সেৱা-কুঞ্জ খাউণ্ড
গুৰু শিষ্যৰ কথা ক’লেই প্ৰথমে শংকৰদেৱ আৰু মাধৱদেৱৰ কথাই মনলৈ আহে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ গুৰুৰ প্ৰতি থকা অগাধ ভক্তিৰ কথা গুৰুভটিমা ভাগিৰপৰাই অনুমান কৰিব পাৰি। মাধৱদেৱৰ গুৰুসেৱা আছিল নিভাঁজ। তেওঁ সদায় পুৱা শুই উঠি নিজৰ প্ৰাতঃকৰ্ম কৰি লৰালৰিকৈ শংকৰদেৱৰ ঘৰলৈ আহি গুৰুজনৰ নিমিত্তে দাঁতোন, খৰিকা, তেল পীৰা আদি স্নানৰ বাবে যোগাৰ কৰি দিয়ে। সেইখিনিৰ পিছতে গুৰুজনে ঈশ্বৰৰ কথা চৰ্চা কৰিবৰ বাবে কঠ পাৰি দিয়ে। তাৰ পিছতে কীৰ্তন ঘৰত দুয়ো নাম প্ৰসঙ্গ কৰে। প্ৰসঙ্গৰ অন্তত গুৰু কীৰ্ত্তন ঘৰৰপৰা ওলোৱাৰ পিছত
Read more